MANUHJONI MAIN LYRICS & DOWNLOAD | VREEGU KASHYAP | PULAK NATH | SUNIT GOGOI

MANUHJONI MAIN LYRICS & DOWNLOAD | VREEGU KASHYAP | PULAK NATH | SUNIT GOGOI

MANUHJONI MAIN LYRICS & DOWNLOAD: New Assamese Lyrical song premiered on 9th Jan 2021 sung by Vreegu Kashyap, Music - Pulak Nath, Lyrics - Sunit Gogoi, Additional Lyrics - Sarat Mech & Nirupam Gaonkhuwari, Tune - Sarat & Vreeguu.

ASSAMESE SONG MANUHJONI MAIN | VREEGU KASHYAP

Singer - Vreegu Kashyap

Music - Pulak Nath

Lyrics - Sunit Gogoi

Additional Lyrics - Sarat Mech & Nirupam Gaonkhuwari

Tune - Sarat & Vreeguu 

Additional Vocal - Rimal Daimary & Keya Shivam

Mix & Mastering - Diganta Bordoloi


MANUHJONI MAIN LYRICS

নপঢ়িলে নাপাৱ চাকৰি
আইয়ে দিয়ে ঘৰত গালি
হাইস্কুলতেই প্ৰেমত পৰিলো
পিতাইয়ে বুলিলে  খালি খালি

কলেজত দিলোগৈ ভৰি
ভাল লাগিল নতুন এজনী
দুদিন পাছতে পলাই গুচি গ'ল
"মাল" কিন্তু আছিলে চেনি

কিনো ক'ম জীৱন কাহিনী
পাই গ'লো আকৌ এজনী
আকৌ এবাৰ মই লাজত পৰিলো
তাই ওলাল Relation t ভনী


ঘৰৰ টকা পানীত পেলাই
হ'লো B.A. ফেইল
খঙত পিতাই বিয়া পতাই
ঘৰত দিলে জেইল
এতিয়া কি হ'ল ক'
মানুহজনীয়েই মেইন - 3


দেহাত চেঙেলীয়া যৌৱন
তোকে আনিবৰে মন
লগৰবোৰে ক'লে 
যদি আহে তোলে
উঠাই দিওঁ আজিয়েই ব'ল

গজেনে দি দিলে গাড়ী
প্ৰণবে পাট কাপোৰ যুৰি
পিতাইয়ে মাৰিলে গলহেকাৰি
আহে যদি লৈ আন বুলি

বাকচ খুলি আনি দিলে
আইয়ে সোণৰ চেইন
পিন্ধাই লৈ তোক আঙুঠি
মই খাটি আছো জেইল
এতিয়া কি হ'ল ক'
মানুহজনীয়েই মেইন

Boro Lyrics

Nwngni gwdwi mini naiya
Phagwla khalamw
Nwngni gurwi akhuwa
Gwswkhou bwna lagw
Nagirw ang sna 
Nwngni onnaikhou orai
Jadwnwng angni 
Oraini jiuni rani
Nwngni akhaiaosw dogo
Angni unni jiua
Nwngjwng nogabla hanainoga
Gwjwnwi thangnan thanw



কেতিয়াবা এনে লাগে মোৰ
বয়সতে বিয়া পাতি ভালেই কৰিলো....
কেতিয়াবা দুখও লাগে মোৰ
পঢ়া কালত কিয় বাৰু পঢ়ি নললো....

ঘৰৰ টকা পানীত পেলাই
হ'লো B.A. ফেইল
খঙত পিতাই বিয়া পতাই
ঘৰত দিলে জেইল
এতিয়া কি হ'ল ক'
মানুহজনীয়েই মেইন - 3

Hey, guys hope you like the post, do share the lyrics of the song with your friends. And also let us know which lyrics are you searching for and want to be uploaded. Follow us to get lyrics directly into your mailbox...

Post a Comment

0 Comments